love quotes Assamese thought about love in the Assamese language
love quotes assamese beautiful thought give someone means quotes. beautiful quotes share thought the world. Happy love quotes sad love quotes in assamese language romantic love quotes thought in assamese language. assamese quotes images assamese thought images Exclusive deal
আপুনি যিয়ে নহঁক মোক কেতিয়াবা আপোনাৰ প্ৰয়োজন হব।
মোৰ তোমালৈ অলেখ প্ৰেম , আৰু সেয়া সকলোৰে আৰম্ভণি আৰু শেষ হয়।
আপুনি সদায় ভালপোৱা দি লাভাৱান্বিত হয়।
ভাল লাগে তােমাৰ নাম, মোৰ লগত |
যেন কোনোবা টো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত।
“প্রিয়জনক ইমান বিশ্বাস কেতিয়াবা আপনাকে মিছা কলেও আপােনাতকৈ তেওঁহে বেছি সুখ অনুভব কৰে।
মৰমে মৰমক জীয়াই ৰাখে।।
প্ৰেমত চকুৰেই হৃদয়ৰ ভাষা হয় সচাঁ ভাল পাবা সদায় নিৰব হয় প্রেমৰ দুখ পালেও ভয় নকৰিবা শুনিছাে দুখত প্রেম অধিক গভিৰ হয়।
তাক যাব নিদিবা, যি তােমাৰ হাজাৰ অৱহেলাৰ পাছতে তােমাকেই ভাল পাই থাকে ।
হেৰাই যাওঁ আহা, আমি এই পৃথিৱীৰ কৰবাত মােৰ হাতেৰে তােমাৰ হাতখন এনেকৈয়ে ধৰি থাকিবলৈ দিয়া।
প্রেম এক বুজাব নােৱাৰা অনুভূতি, এই অনুভূতি বিশাল আকাশৰ সমান।।
অবুজ মনত তুমি উজ্জ্বলতা আনা, জ্ঞান এই নহয় কেৱল ধাৰানাও মােৰ প্ৰকাশ কৰা
য’ত মই তােমাৰ তুমি মােৰ হৈ বান্ধ খায় থাকিম এবুকু মৰম লৈ জীৱনৰ এনাজৰীত ।
ভালপােৱা কি মই ক’ত জানিছিলাে প্রেম কি মই ক’ত জানিছিলাে এদিন কৰবাত তােমাক লগ পালাে আৰু জীৱনটো প্ৰেম ভালপোৱাৰে ভৰি পৰিল ।
তোমাকে নেদেখিলে মনটা গভীৰ হয় তোমাক পাবলৈ মনে অহৰহ চেষ্টা কবি থাকে, কোনাে আঘাত নাই দেহত তথাপিও বিষৰ অনুভব হয় কাৰণ মােৰ হৃদ়স্পৰ্শী কোনােবা এটা অংশ তােমাৰ লগত আছে ।
selfish quotes